প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক্ৰিকেটাৰ ঋষভ পন্তৰ দুৰ্ঘটনাক লৈ ব্যথিত প্ৰধানমন্ত্ৰী

Posted On: 30 DEC 2022 4:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট ক্ৰিকেটাৰ ঋষভ পন্তৰ দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"বিশিষ্ট ক্ৰিকেটাৰ ঋষভ পন্ত দুৰ্ঘটনাগ্ৰস্ত হোৱাত দুখ পাইছো। তেওঁৰ সুস্বাস্থ্য আৰু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰিছো। @RishabhPant17"

***

DS/ST/SB



(Release ID: 1888020) Visitor Counter : 121