প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছিক্কিমত সংঘটিত পথ দুৰ্ঘটনাত হোৱা সেনা জোৱানৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 23 DEC 2022 5:18PM by PIB Guwahati

ছিক্কিমত সংঘটিত পথ দুৰ্ঘটনাত হোৱা সেনা জোৱানৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দুৰ্ঘটনাটোত আহত হোৱাসকলৰ আশু আৰোগ্যও কামনা কৰিছে শ্ৰী মোদীয়ে।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী-কাৰ্যালয়ে প্ৰকাশ কৰা টুইটত কোৱা হৈছে;

“ছিক্কিমত সংঘটিত এক পথ দুৰ্ঘটনাত হোৱা আমাৰ বীৰ জোৱানৰ মৃত্যুৱে ব্যথিত কৰিছে। তেওঁলোকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছো। আহতসকলে আশু আৰোগ্য লাভ কৰক: PM @narendramodi”

***

DS/ST/KB


(रिलीज़ आईडी: 1886512) आगंतुक पटल : 112
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Kannada , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam