প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্রেডেৰিকচেনক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
15 DEC 2022 11:01PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্ৰেডেৰিকচেনক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে পুনৰ-নিৰ্বাচিত শ্ৰীমতী মেট্টে ফ্ৰেডেৰিকচেনক উষ্ম অভিনন্দন জনালো। ভাৰত-ডেনমাৰ্কৰ সেউজ কৌশলগত অংশীদাৰিত্ব সুদৃঢ়কৰণৰ ক্ষেত্ৰত আমাৰ সহযোগিতা অব্যাহত ৰাখিবলৈ মই আগ্ৰহী হৈ উঠিছো। @Statsmin"।
***
DS/ST/SB
(Release ID: 1885098)
Visitor Counter : 128
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam