প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯৭১ চনৰ যুদ্ধ জয়ৰ উপলক্ষে বিজয় দিৱসত সেনা বাহিনীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
16 DEC 2022 11:18AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয় দিৱস উপলক্ষে ১৯৭১ চনৰ যুদ্ধত এক ব্যতিক্ৰমী জয় নিশ্চিত কৰা ভাৰতৰ সকলো সাহসী সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
“বিজয় দিৱসত মই ১৯৭১ চনৰ যুদ্ধত এক ব্যতিক্ৰমী জয় নিশ্চিত কৰা ভাৰতৰ সকলো সাহসী সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছো৷ দেশক সুৰক্ষিত আৰু নিৰাপদে ৰখাৰ ক্ষেত্ৰত সেনা বাহিনীৰ ভূমিকাৰ বাবে আমাৰ দেশ সদায় ঋণী হৈ থাকিব৷”
***
DS/SH/DB
(रिलीज़ आईडी: 1884465)
आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
Kannada
,
Bengali
,
Manipuri
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Malayalam