প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰয়াসক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 10 DEC 2022 8:59PM by PIB Guwahati

ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰয়াসক প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে ই আমাৰ যুৱ-প্ৰজন্মৰ সৈতে সংস্কৃতিৰ সম্পৰ্কক প্ৰগাঢ় কৰিব।

কলা ৰামনাথৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“ভাৰতৰ সমৃদ্ধ সাংগিতীক পৰম্পৰাৰ সংৰক্ষণ আৰু উদযাপনৰ প্ৰতি থকা আগ্ৰহ আৰু উতসৰ্গাকে প্ৰতীয়মান কৰা ব্যতিক্ৰমী প্ৰয়াস। মই নিশ্চিত যে ই আমাৰ যুৱ-প্ৰজন্মৰ সৈতে সংস্কৃতিৰ সম্পৰ্কক প্ৰগাঢ় কৰি তুলিব”।

***


DS/SH/KB


(रिलीज़ आईडी: 1882584) आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam