প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অভিনেতা বিক্ৰম গোখলেৰ প্ৰয়াণত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
26 NOV 2022 6:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনেতা বিক্ৰম গোখলেৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে এইদৰে টুইট কৰে:
"বিক্ৰম গোখলেজী এজন সৃষ্টিশীল আৰু বহুমুখী অভিনেতা আছিল। তেওঁৰ দীঘলীয়া অভিনয় কেৰিয়াৰত বহুতো আকৰ্ষণীয় চৰিত্ৰৰ বাবে তেওঁক স্মৰণ কৰা হ'ব। তেওঁৰ মৃত্যুত মই দুখিতঃ। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ তথা গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি।"
***
DS/SH/MANN
(ৰিলিজ আই ডি : 1879377)
অতিথি কক্ষ : 135
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam