প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 NOV 2022 2:00PM by PIB Guwahati

গোৱাত অনুষ্ঠিত ৫৩ সংখ্যক আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত তেলেগু অভিনেতা চিৰঞ্জীৱীক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

কেন্দ্ৰীয় তথ্য,সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ ঠাকুৰৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"চিৰঞ্জীৱী গাৰু অসাধাৰণ। উল্লেখনীয় কাম, বিবিধ ভূমিকাত অভিনয় আৰু সুন্দৰ স্বভাৱৰ বাবে সকলো প্ৰজন্মৰ চলচ্চিত্ৰপ্ৰেমীৰ মাজত প্ৰিয় তেওঁ। @IFFIGoa ত ‘ইণ্ডিয়ান ফিল্ম পাৰ্চনেলিটী অৱ দ্য ইয়াৰ’ বঁটাৰে সন্মানিত হোৱা বাবে তেওঁক অভিনন্দন জনাইছোঁ।

@KChiruTweets"

 

***

DS/ST/KG


(रिलीज़ आईडी: 1877934) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam