প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কাজাখাস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 21 NOV 2022 10:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজাখস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে ৰাষ্ট্ৰপতি কাছিম-জোমাৰ্ট টোকায়েভক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,

“কাজাখাস্তানত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে ৰাষ্ট্ৰপতি @TokayevKZক উষ্ম অভিনন্দন জনাইছো৷

আমাৰ দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে মই তেওঁলোকে একেলগে কাম কৰি যাবলৈ আগ্ৰহী@AkordaPress

***

DS/AK/DB


(रिलीज़ आईडी: 1877924) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam