প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জৰ পদক জয় কৰাত অভিনন্দন জনায়

प्रविष्टि तिथि: 20 NOV 2022 10:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টেবুল টেনিছ খেলুৱৈ মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জৰ পদক জয় কৰাত অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"মই মণিকা বাত্ৰাক এছিয়ান কাপত ব্ৰঞ্জ জয় কৰি ভাৰতীয় টেবুল টেনিছত ইতিহাস ৰচা বাবে অভিনন্দন জনাইছো। তেওঁৰ সফলতাই সমগ্ৰ ভাৰতত বহু এথলীটক অনুপ্ৰাণিত কৰিব আৰু টেবুল টেনিছক অধিক জনপ্ৰিয় কৰি তুলিব। @manikabatra_TT"

 

***

DS/ST


(रिलीज़ आईडी: 1877647) आगंतुक पटल : 159
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam