প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতৰ বাদ্যযন্ত্ৰৰ ৰপ্তানি বৃদ্ধিত প্ৰধানমন্ত্ৰীৰ সন্তোষ

Posted On: 26 OCT 2022 9:12PM by PIB Guwahati

ভাৰতৰ বাদ্যযন্ত্ৰৰ ৰপ্তানি বৃদ্ধিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তোষ প্ৰকাশ কৰিছে। ২০১৩ ৰ এপ্ৰিল-ছেপ্টেম্বৰৰ তুলনাত ২০২২ ৰ একে সময়ছোৱাত ভাৰতৰ বাদ্যযন্ত্ৰৰ ৰপ্তানি ৩.৫ গুণৰো অধিক বৃদ্ধি পাইছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"এয়া উৎসাহৰ বতৰা। ভাৰতীয় সংগীতে বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জনৰ লগে-লগে এই খণ্ডত অধিক বৃদ্ধিৰ বৃহৎ সুযোগ আহি পৰিছে।"

*****

DS/ST/SB



(Release ID: 1872720) Visitor Counter : 107