প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মোৰবীত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰীৰে কথোপকথন প্ৰধানমন্ত্ৰীৰ

Posted On: 30 OCT 2022 7:51PM by PIB Guwahati

মোৰবীত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেলকে প্ৰমুখ্য কৰি আন-আন বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। শ্ৰী মোদীয়ে উদ্ধাৰ অভিযানৰ বাবে জৰুৰীভাৱে টীম মোতায়েনৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰে;

"প্ৰধানমন্ত্ৰী @narendramodi য়ে মোৰবীত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত গুজৰাটৰ মুখ্যমন্ত্ৰী @Bhupendrapbjp আৰু আন-আন বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে। তেখেতে উদ্ধাৰ অভিযানৰ বাবে টীমসমূহক জৰুৰীভাৱে মোতায়েনৰ আহ্বান জনায়। তেখেতে এই পৰিস্থিতি ঘনিষ্ঠ আৰু নিৰন্তৰভাৱে নিৰীক্ষণ কৰিবলৈ আৰু দুৰ্ঘটনাগ্ৰস্তসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ অনুৰোধ জনায়।"

 

***

DS/SH/SB



(Release ID: 1872208) Visitor Counter : 103