প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘ভগৱান শ্ৰী ৰামলালা বিৰাজমান’ৰ দৰ্শন আৰু পূজা সম্পন্ন কৰিলে প্ৰধানমন্ত্ৰীয়ে
‘ৰাম জনমভূমি তীৰ্থক্ষেত্ৰ’ চৌহদ পৰিদৰ্শন
प्रविष्टि तिथि:
23 OCT 2022 7:38PM by PIB Guwahati
দীপাৱলীৰ প্ৰাক ক্ষণত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ অযোধ্যাত ‘ভগৱান শ্ৰী ৰামলালা বিৰাজমান’ৰ দৰ্শন আৰু পূজা সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘শ্ৰীৰাম জনমভূমি তীৰ্থক্ষেত্ৰ’ চৌহদো পৰিদৰ্শন কৰে। মন্দিৰ প্ৰাংগণ তেওঁ এই পবিত্ৰ প্ৰকল্পৰে জড়িত ব্যক্তিসকলৰ লগতে শ্ৰমজীৱিসকলৰ সৈতেও এক বাৰ্তালাপ কাৰ্যসূচীত মিলিত হয়।



***
DS/TS/KB
(रिलीज़ आईडी: 1870751)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam