প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূবত ৰে'ল সংযোগ আৰু আন্তঃগাঁথনি শক্তিশালী কৰাৰপদক্ষেপক প্ৰশংসা কৰে
Posted On:
14 OCT 2022 10:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতীদ্ৰৌপদী মুৰ্মুৱে আজি গুৱাহাটীৰ পৰা মেন্দিপথাৰ আৰু গুৱাহাটী-শোখুৱীৰ মাজতবিশেষ ৰেলসেৱাৰ ফ্লেগ অফ কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰে।
ভাৰতীয় ৰে’লৱেৰ এক টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে, “যোৱা ৮ বছৰত উত্তৰ-পূবত যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। ই বিশেষকৈ অঞ্চলটোৰ যুৱক-যুৱতীসকলক সহায় কৰিব।”
***
DS/SH/MS
(Release ID: 1868451)
Read this release in:
English
,
Urdu
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam