প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        জন্ম বাৰ্ষিকী উপলক্ষে ড০ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ 
                    
                    
                        
                    
                
                
                    Posted On:
                15 OCT 2022 9:53AM by PIB Guwahati
                
                
                
                
                
                
                প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷ প্ৰধানমন্ত্ৰী ড০ কালামক এগৰাকী বিজ্ঞানী হিচাপে তেওঁৰ অৱদান আৰু এগৰাকী ৰাষ্ট্ৰপতি হিচাপে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে ৰক্ষা কৰা যোগসুত্ৰৰ কথা স্মৰণ কৰে৷
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷ এগৰাকী বিজ্ঞানী হিচাপে দেশলৈ তেওঁৰ অৱদান আৰু এগৰাকী ৰাষ্ট্ৰপতি হিচাপে সমাজৰ প্ৰতিটো শ্ৰেণীৰ সৈতে ৰক্ষা কৰা যোগসুত্ৰৰ বাবে তেওঁ সদায়েই প্ৰশংসাৰ পাত্ৰ৷”
*****
DS/TS/DB
                
                
                
                
                
                (Release ID: 1868107)
                Visitor Counter : 158
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam