প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহীশূৰৰ দশেৰা উদযাপনৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 OCT 2022 3:13PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহীশূৰত দশেৰা উদযাপনৰ আভাস শ্বেয়াৰ কৰি মহীশূৰবাসীৰ সংস্কৃতি আৰু ঐতিহ্যক সুন্দৰ ৰূপত সংৰক্ষণ কৰাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰশংসা কৰে। ২০২২ চনৰ যোগ দিৱস উপলক্ষে শেহতীয়াভাৱে মহীশূৰ ভ্ৰমণৰ সুমধুৰ স্মৃতি স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে।
এগৰাকী নাগৰিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়,
“মাহীশূৰৰ দশেৰা দৰ্শনীয়। ইমান সুন্দৰকৈ নিজৰ সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰাৰ বাবে মই মহীশূৰবাসীক প্ৰশংসা কৰিছো। শেহতীয়াকৈ ২০২২চনৰ যোগ দিৱসৰ সময়ত মোৰ মহীশূৰ ভ্ৰমণৰ ভাল স্মৃতি আছে৷”
***
DS/TS/DB
(रिलीज़ आईडी: 1865832)
आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam