প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে চুজলন এনাৰ্জীৰ প্ৰতিষ্ঠাপক শ্ৰী তুলসী তাঁতীৰ মৃত্যুত শোক প্ৰকাশ কৰে
प्रविष्टि तिथि:
02 OCT 2022 1:18PM by PIB Guwahati
প্ৰবীণ ব্যৱসায়ী তথা চুজলন এনাৰ্জীৰ প্ৰতিষ্ঠাপক শ্ৰীযুত তুলসী তাঁতীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"শ্ৰী তুলসী তাঁতী আছিল এজন অগ্ৰণী ব্যৱসায়িক নেতা যিয়ে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাইছিল আৰু বহনক্ষম উন্নয়নৰ বাবে আমাৰ দেশৰ প্ৰচেষ্টাক শক্তিশালী কৰিছিল। তেওঁৰ অকাল মৃত্যুত ব্যথিত হৈছো। তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।"
***
DS/ST/MS
(रिलीज़ आईडी: 1865031)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam