প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়, ৫জি মুকলি, আহমেদাবাদ মেট্ৰ' আৰু অম্বাজীৰ নৱীকৰণ সন্দৰ্ভত নাগৰিকসকলৰ মন্তব্যৰ উত্তৰ দিয়ে
পোষ্ট কৰা হৈছে:
02 OCT 2022 8:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সংগ্ৰহালয়ৰ পৰা ৫জি মুকলি, আহমেদাবাদ মেট্ৰ' আৰু অম্বাজীৰ নৱীকৰণলৈকে বিভিন্ন বিষয়ত নাগৰিকসকলৰ মন্তব্যৰ উত্তৰ দিছে।
প্ৰধানমন্ত্ৰী সংগ্ৰাহালয় সন্দৰ্ভত
আহমেদাবাদ মেট্ৰ' সন্দৰ্ভত
৫জিৰ দৰে বিকাশৰ পদক্ষেপত এগৰাকী মাতৃৰ সুখৰ সন্দৰ্ভত
তেওঁ অধিক সংখ্যক পৰ্যটক আৰু ভক্তক অম্বাজী ভ্ৰমণ কৰিবলৈ আহ্বান জনায় য'ত যোৱা কেইবছৰমানত বহুতো কাম কৰা হৈছে। ইয়াৰ ভিতৰত আছে ৫১টা শক্তি পীঠৰ মন্দিৰ, গব্বৰ তীৰ্থৰ কাম আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব।
***
DS/MANN
(ৰিলিজ আই ডি : 1864635)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam