প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহ ইয়ানৰ কাৰণে হোৱা জনজীৱনৰ ক্ষতিৰ বাবে ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতি সমবেদনা ব্যক্ত কৰে

Posted On: 02 OCT 2022 9:40AM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়ান ঘূৰ্ণীবতাহৰ কাৰণে হোৱা জনজীৱনৰ ক্ষতি আৰু ধ্বংসৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতি গভীৰ সমবেদনা ব্যক্ত কৰিছে

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"ঘূৰ্ণীবতাহ ইয়ানৰ কাৰণে হোৱা জনজীৱনৰ ক্ষতি আৰু ধ্বংসৰ বাবে ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰতি মোৰ গভীৰ সমবেদনা আৰু আন্তৰিক সহানুভূতি এই কঠিন সময়ত আমাৰ সমবেদনা আমেৰিকাৰ জনসাধাৰণৰ সৈতে আছে"

***

DS/ST



(Release ID: 1864633) Visitor Counter : 103