প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ইটালীৰ সাধাৰণ নিৰ্বাচনত ফ্ৰাটেলি ডি'ইটালিয়াক বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে জিঅৰ্জিয়া মেলোনিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 SEP 2022 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল ফ্ৰাটেলি ডি'ইটালিয়াৰ বিজয়ৰ বাবে জিঅৰ্জিয়া মেলোনিক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ইটালীৰ সাধাৰণ নিৰ্বাচনত তেওঁৰ দল@FratellidItalia বিজয়ৰ দিশে আগুৱাই নিয়াৰ বাবে @GiorgiaMeloni অভিনন্দন। আমি আমাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ একেলগে কাম কৰাৰ বাবে আশাবাদী।" "
***
DS/ST/RD
(रिलीज़ आईडी: 1864473)
आगंतुक पटल : 248
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam