প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মেট্ৰ’ আৰু নৱৰাত্ৰিক লৈ ভিডিঅ’ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

Posted On: 30 SEP 2022 4:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট বিজেপিয়ে প্ৰচাৰ কৰা এটা আকৰ্ষণীয় চুটি ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইয়াত মেট্ৰ’ আৰু নৱৰাত্ৰি তথা গুজৰাট বিকাশ আৰ্হিক আলোকপাত কৰা হৈছে।

গুজৰাট বিজেপিৰ এটা টুইটৰ উদ্ধৃতিৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“মেট্ৰ’ আৰু নৱৰাত্ৰিৰ উদযাপনে আহমেদাবাদৰ আনন্দ দুগুণে বঢ়াইছে!”

 

***

 

DS/TS/SB



(Release ID: 1864431) Visitor Counter : 70