প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনত লতা মংগেশকাৰক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 SEP 2022 8:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লতা মংগেশকাৰৰ জন্ম দিনটোত তেওঁক স্মৰণ কৰিছে।

 

শ্ৰী মোদীয়ে লগতে অৱগত কৰে যে অযোধ্যাৰ এটা চ’ক লতা দিদিৰ নামেৰে নামকৰণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ভাৰতীয় অন্যতম কিংবদন্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ প্ৰয়াস কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"লতা দিদিৰ জন্ম দিনটোত তেওঁক স্মৰণ কৰিছো। ৰোমন্থনৰ বহু স্মৃতি আছে... তেওঁ প্ৰতিবাৰ বাৰ্তালাপতেই স্নেহেৰে সন্মোহিত কৰিছিল। আজি অযোধ্যাৰ এটা চ’ক তেওঁৰ নামেৰে নামকৰণ কৰাক লৈ মই সন্তোষ পাইছো। এয়া হৈছে ভাৰতীয় অন্যতম কিংবদন্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ প্ৰয়াস।"

 

***

DS/ST/SB


(रिलीज़ आईडी: 1864425) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam