প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰে

Posted On: 02 OCT 2022 10:04AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে পুষ্পাঞ্জলি জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"ৰাজঘাটত মহাত্মা গান্ধীক পুষ্পাঞ্জলি জ্ঞাপন কৰোঁ। তেওঁৰ আদৰ্শ বিশ্বব্যাপী প্ৰতিধ্বনিত হৈছে আৰু তেওঁৰ চিন্তাই লাখ লাখ লোকক শক্তি প্ৰদান কৰিছে। #GandhiJayanti "

***

DS/ST/MANN



(Release ID: 1864419) Visitor Counter : 95