প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গুজৰাটৰ অম্বাজী মন্দিৰ দৰ্শন আৰু পূজা অৰ্পন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
प्रविष्टि तिथि:
30 SEP 2022 8:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৫১ টা শক্তি পীঠৰ ভিতৰত অন্যতম অম্বাজী মন্দিৰলৈ গৈ দৰ্শন আৰু পূজা কৰে।
ইয়াৰ পূৰ্বে অম্বাজীত বিভিন্ন উন্নয়নমূলক আঁচনি উৎসৰ্গা কৰাৰ এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নৱৰাত্ৰিৰ পৱিত্ৰ সময়ছোৱাত অম্বাজীত থকাৰ সুযোগ লাভ কৰি আনন্দ প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰী য়ে গুজৰাটলৈ ২ দিনীয়া ভ্ৰমণলৈ আহিছে।
***
DS/ST/RD
(रिलीज़ आईडी: 1864140)
आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Punjabi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam