প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আহমেদাবাদত অনুষ্ঠিত ‘ড্ৰন শ্ব’ৰ দৃষ্টিনন্দন ছবি ‘শ্বেয়াৰ’ কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
28 SEP 2022 11:15PM by PIB Guwahati
গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত ‘ড্ৰন শ্ব’ৰ দৃষ্টিনন্দন ছবি ‘শ্বেয়াৰ’ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মহানগৰীখনে ‘ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্সৱ’ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়;
‘‘ৰাষ্ট্ৰীয় ক্ৰীড়া মহোত্সৱ’ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা আহমেদাবাদত দৃষ্টিনন্দন ‘ড্ৰন শ্ব’’!
***
DS/ST/KB
(रिलीज़ आईडी: 1863667)
आगंतुक पटल : 120
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam