প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চিতা সম্পৰ্কীয় ৰোমাঞ্চকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 27 SEP 2022 7:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে MyGov websiteত উপলব্ধ চিতা সম্পৰ্কীয় তিনিটা ৰোমাঞ্চকৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

'আমি চিতাসমূহক চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি থকাৰ সময়তে MyGov websiteত তিনিটা ৰোমাঞ্চকৰ প্ৰতিযোগিতা চলি আছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মই আপোনালোকক আহ্বান জনাইছো।

mygov.in/careforcheetah

mygov.in/cheetahnames

mygov.in/cheetah "

***

DS/ST/MS



(Release ID: 1863194) Visitor Counter : 96