প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
21 SEP 2022 1:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰখ্যাত কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ৰাজু শ্ৰীবাস্তৱে হাঁহি, ৰসিকতা আৰু ইতিবাচকতাৰে আমাৰ জীৱন উজ্জ্বল কৰি তুলিছিল। তেওঁ আমাক বহুত সোনকালে এৰি গ’ল, কিন্তু বছৰ বছৰ ধৰি তেওঁৰ প্ৰসিদ্ধ কামৰ বাবে তেওঁ অগণন মানুহৰ হৃদয়ত জীয়াই থাকিব। তেওঁৰ মৃত্যু দুখজনক। তেওঁৰ পৰিয়াল আৰু গুণমুদ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।”
***
DS/TS/DB
(ৰিলিজ আই ডি : 1861124)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam