প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানিক ৰাও গাভিটৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 SEP 2022 7:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানিকৰাও গাভিটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে;
"প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী মানিকৰাও গাভিটজীৰ মৃত্যুত দুখিত। তেওঁ এজন অতি অভিজ্ঞ সাংসদ আছিল আৰু জনজাতীয় সম্প্ৰদায়ৰ সৱলীকৰণৰ বাবে ভালেমান প্ৰচেষ্টা কৰিছিল। মোৰ সমবেদনা তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ সৈতে আছে। ঔঁম শান্তি: প্ৰধানমন্ত্ৰী @narendramodi"
***
DS/ST/RD
(ৰিলিজ আই ডি : 1860515)
অতিথি কক্ষ : 129
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam