প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
11 SEP 2022 10:26AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮৯৩ চনত চিকাগোত স্বামী বিবেকানন্দৰ অসাধাৰণ ভাষণৰ কথা স্মৰণ কৰিছে। শ্ৰী মোদীয়ে কৈছে যে ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁ চিকাগোত তেওঁৰ অন্যতম উল্লেখযোগ্য ভাষণ প্ৰদান কৰিছিল। তেওঁৰ এই ভাষণত বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু নীতি-নিয়মৰ আভাস পোৱা গ’ল।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
"১১ ছেপ্টেম্বৰৰ স্বামী বিবেকানন্দৰ সৈতে বিশেষ সম্পৰ্ক আছে। ১৮৯৩ চনৰ আজিৰ দিনটোতে তেওঁ চিকাগোত তেওঁৰ অন্যতম উল্লেখযোগ্য ভাষণ প্ৰদান কৰে। তেওঁৰ ভাষণে বিশ্ববাসীক ভাৰতৰ সংস্কৃতি আৰু নীতি-নিয়মৰ আভাস দিলে।"
***
DS/SH/MS
(ৰিলিজ আই ডি : 1858775)
অতিথি কক্ষ : 180
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam