প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আচাৰ্য বিনোৱা ভাৱেক তেওঁৰ জয়ন্তীত স্মৰণ কৰে
प्रविष्टि तिथि:
11 SEP 2022 10:23AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আচাৰ্য বিনোৱা ভাৱেক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি দিয়ে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"আচাৰ্য বিনোৱা ভাৱেক তেওঁৰ জয়ন্তীত স্মৰণ কৰিছো। তেওঁৰ জীৱন গান্ধীবাদী সিদ্ধান্তৰ অভিব্যক্তি আছিল। তেওঁৰ সামাজিক সবলীকৰণৰ প্ৰতি বহুত আগ্ৰহ আছিল আৰু তেওঁ 'জয় জগত' বুলি ধ্বনি দিছিল। আমি তেওঁৰ আদৰ্শৰাজিৰে অনুপ্ৰাণিত আৰু নিজৰ দেশৰ প্ৰতি থকা তেওঁৰ সপোন সাকাৰ কৰিবলৈ সংকল্পবদ্ধ।"
**********
DS/SH
(रिलीज़ आईडी: 1858656)
आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam