প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ওনামত জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 08 SEP 2022 9:08AM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওনাম উপলক্ষে সকলোকে, বিশেষকৈ কেৰালা আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা মালয়ালী সমুদায়ৰ লোকসকলক অভিনন্দন জনাইছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"সকলোকে, বিশেষকৈ কেৰালা আৰু পৃথিৱীজুৰি বিয়পি থকা মালয়ালী সমুদায়ৰ লোকসকলক ওনামৰ অভিনন্দন। এই উৎসৱে প্ৰকৃতি মাৰ মহত্বপূৰ্ণ ভূমিকা আৰু আমাৰ পৰিশ্ৰমী কৃষকসকলৰ মহত্ব দৰ্শায়। ওনামে আমাৰ সমাজত সদ্ভাৱৰ ভাবনা আৰু শক্তিশালী কৰক।"

 

***

DS/SH


(ৰিলিজ আই ডি : 1858510) অতিথি কক্ষ : 111