প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ডায়মণ্ড লীগ ট্ৰফী বিজয়ৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 09 SEP 2022 2:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ ইতিহাস ৰচনা কৰা নীৰজ চোপ্ৰাক অভিনন্দন জনায়।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“সন্মানীয় ডায়মণ্ড লীগ ট্ৰফী জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ ইতিহাস ৰচনা কৰা @Neeraj_chopra1ক অভিনন্দন জনাইছো। তেওঁ মহান নিষ্ঠা আৰু স্থায়িত্ব প্ৰদৰ্শন কৰিছে। তেওঁৰ ধাৰাবাহিক সফলতাই ভাৰতীয় এথলেটিকছে কিমান ডাঙৰ অগ্ৰগতি লাভ কৰিছে, সেইটোকে প্ৰতিপন্ন কৰিছে।

***

DS/SH/DB


(ৰিলিজ আই ডি : 1858499) অতিথি কক্ষ : 125