প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশ্ব পিটি দিৱসত ফিজিঅ'থেৰাপিষ্টসকলৰ প্ৰয়াসৰ শলাগ লয় প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
08 SEP 2022 6:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সকলো ফিজিঅ'থেৰাপিষ্টৰ প্ৰয়াসৰ শলাগ লয়।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;
"আজি বিশ্ব পিটি দিৱসত মই সকলো ফিজিঅ'থেৰাপিষ্টৰ প্ৰচেষ্টাৰ শলাগ লৈছোঁ যিসকলে জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি ফিজিঅ'থেৰাপীক আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ আধুনিকীকৰণৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিম।"
***
DS/TS/KG
(ৰিলিজ আই ডি : 1858493)
অতিথি কক্ষ : 128
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam