প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে মিখাইল গৰ্বাচেভৰ মৃত্যুত সমবেদনা জ্ঞাপন কৰে
प्रविष्टि तिथि:
01 SEP 2022 9:07AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিখাইল গৰ্বাচেভৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"বিংশ শতিকাৰ এজন আগশাৰীৰ ৰাষ্ট্ৰপতি শ্ৰীযুত মিখাইল গৰ্বাচেভৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো, যিয়ে ইতিহাসৰ গতিপথত এক অম্নাল চাপ ৰাখিছে। ভাৰতৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ অৱদানক আমি সোঁৱৰণ কৰিছোঁ।"
***
DS/ST/MANN
(रिलीज़ आईडी: 1856254)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam