প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্রধানমন্ত্রীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনায়


মেজৰ ধ্যানচন্দক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

Posted On: 29 AUG 2022 9:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত খেলুৱৈসকলক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে মহান ভাৰতীয় হকি খেলুৱৈ মেজৰ ধ্যানচন্দক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলিও অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে;

"ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ অভিনন্দন আৰু মেজৰ ধ্যানচন্দ জীক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি।

এই বছৰটো ক্ৰীড়াৰ বাবে বহুত ভাল। কামনা কৰিছো যে এই অৱস্থা অব্যাহত থাকক। ক্ৰীড়াই সমগ্ৰ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰিছে।"

 

***

 

DS/SH



(Release ID: 1855360) Visitor Counter : 71