প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কান্নাড়া গায়ক শিৱমোগ্গা সুব্বান্নাৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
प्रविष्टि तिथि:
12 AUG 2022 2:21PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কান্নাড়া গায়ক শিৱমোগ্গা সুব্বান্নাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ব্যতিক্ৰমী শিৱমোগ্গা চুব্বানা কানাড়া গীত আৰু সংগীত ভালপোৱা লোকসকলৰ চিনাকী নাম আছিল। তেওঁৰ ৰচনাৱলী আৰু কান্নাড়া কবিতাৰ ৰত্নসমূহক বৰ্তমান প্ৰজন্মৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টা প্ৰশংসনীয়। তেওঁৰ মৃত্যুত মৰ্মাহত হৈছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ মই সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।”
***
DS/TS/DB
(रिलीज़ आईडी: 1851245)
आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam