প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পুৰুষৰ একক টেবুল টেনিছত সোণৰ পদক লাভ কৰাৰ বাবে শৰথ কমলক প্ৰধানমন্ত্ৰীৰঅভিনন্দন
प्रविष्टि तिथि:
08 AUG 2022 7:52PM by PIB Guwahati
বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত পুৰুষৰ একক টেবুল টেনিছত সোণৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শৰথ কমলক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"শৰথ কমলৰ সোণৰ পদকক ইতিহাসত এক বিশেষ সাফল্য হিচাপে গণ্য কৰা হ'ব। তেওঁ ধৈৰ্য্য, দৃঢ়তা আৰু সংকল্পৰ শক্তি প্ৰদৰ্শন কৰিছে। তেওঁ অনবদ্য দক্ষতাও প্ৰদৰ্শন কৰিছে। ভাৰতীয় টেবুল টেনিছৰ বাবে এই পদকটো এক ডাঙৰ প্ৰাপ্তি। তেওঁলৈ অভিনন্দন আৰু শুভকামনা থাকিল।"
***
DS/ST/MS
(रिलीज़ आईडी: 1850502)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam