প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ট্ৰিপল জাম্প ইভেণ্টত ৰূপৰ পদক জয় কৰাৰ বাবে আব্দুল্লা আবুবেকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰে
प्रविष्टि तिथि:
07 AUG 2022 6:05PM by PIB Guwahati
বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত এথলেটিকছ পুৰুষৰ ট্ৰিপল জাম্প ইভেণ্টত ৰূপৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আব্দুল্লা আবুবাকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"মই আনন্দিত যে বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ ট্ৰিপল জাম্প ইভেণ্টত আব্দুল্লা আবুবাকাৰে ৰূপৰ পদক লাভ কৰিছে। বহু কষ্ট আৰু দৃঢ়তাৰ ফলত তেওঁ এই পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনালোঁ। #Cheer4India"
***
DS/ST/MS
(रिलीज़ आईडी: 1850110)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam