প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘চিডব্লিউজি’-ত বক্সিং-ত ৰূপৰ পদক জয়ৰ বাবে সাগৰ আহলাৱাটক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
Posted On:
08 AUG 2022 8:00AM by PIB Guwahati
বাৰ্মিংহামত অনুষ্ঠিত ‘চিডব্লিউজি ২০২২’-ত পুৰুষৰ ৯২+ কিলোগ্ৰাম শাখাৰ বক্সিং-ত ৰূপৰ পদক জয় কৰাৰ বাবে সাগৰ আহলাৱাটক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“সাগৰ আহলাৱাটে সুন্দৰকৈ যুঁজিছিল। ‘চিডব্লিউজি’ত বক্সিং-ৰ ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁক অভিনন্দন জনাইছো। এইবিধ ক্ৰীড়াৰ তেওঁ ভাৰতৰ এগৰাকী মহাশক্তিধৰ খেলুৱৈ আৰু তেওঁৰ সাফল্যই যুৱ-প্ৰজন্মৰ বক্সাৰসকলক অনুপ্ৰাণিত কৰিব। আগন্তুক সময়তো তেওঁ ভাৰতক গৌৰৱান্বিত কৰি যাব বুলি আশা কৰিলো।#Cheer4India”
******
DS/ST/KB
(Release ID: 1849713)
Visitor Counter : 130
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam