প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কমনৱেলথ গেমছ ২০২২ত ৫১ কিলোগ্ৰাম পুৰুষৰ বক্সিংত স্বৰ্ণ পদক জয় কৰাৰ বাবে অমিত পাংঘালক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 AUG 2022 5:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ ২০২২ত ৫১ কিলোগ্ৰাম পুৰুষৰ বক্সিংত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে অমিত পাংঘালক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"সৰ্বশ্ৰেষ্ঠ অমিত পাংঘালে আমাৰ পদক তালিকাত আন এটা সন্মানীয় পদক যোগ কৰিছে। তেওঁ আমাৰ আটাইতকৈ প্ৰশংসিত আৰু দক্ষ বক্সাৰসকলৰ মাজৰ এজন, যিয়ে সৰ্বোচ্চ নিপুণতা প্ৰদৰ্শন কৰিছে। মই তেওঁক সোণৰ পদক জিকাৰ বাবে অভিনন্দন জনাইছো আৰু তেওঁক এক উজ্জ্বল ভৱিষ্যতকামনা জনাইছো। #Cheer4India'
***
DS/TS/RD
(रिलीज़ आईडी: 1849576)
आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam