প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰপতি কোবিন্দৰ ভাষণে ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰতিফলিত কৰে: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
24 JUL 2022 9:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দে কাৰ্যালয়ৰ পৰা অৱসৰৰ প্ৰাকমুহূৰ্তত ৰাষ্ট্ৰলৈ প্ৰেৰণাদায়ক বিদায় ভাষণ প্ৰদান কৰাটোৱে তেওঁ আমাৰ ৰাষ্ট্ৰপতি হিচাপে দেশৰ সেৱা আগবঢ়োৱা মনোভাৱক প্ৰতিফলিত কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:
"ৰাষ্ট্ৰপতি কোবিন্দৰ প্ৰেৰণাদায়ক ভাষণে ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু আমাৰ ৰাষ্ট্ৰপতি হিচাপে তেওঁ দেশৰ সেৱা কৰা আত্মাক প্ৰতিফলিত কৰে।"
***
DS/SH/RD
(ৰিলিজ আই ডি : 1846890)
অতিথি কক্ষ : 140
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam