প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰে
পোষ্ট কৰা হৈছে:
29 JUL 2022 2:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱস উপলক্ষে বাঘ সংৰক্ষণবাদীৰ প্ৰয়াসৰ প্ৰশংসা কৰে।
তেওঁ টুইটত কৈছে:
"আন্তঃৰাষ্ট্ৰীয় বাঘ দিৱসত মই সেই সকলোৰে প্ৰশংসা কৰিছো যি বাঘৰ সুৰক্ষাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। আপোনালোকে এই কথা জানি গৌৰৱ কৰিব যে ভাৰতত ৭৫,০০০ বৰ্গ কিঃমিঃত প্ৰসাৰিত ৫২খন ব্যাঘ্ৰ অভয়াৰণ্য আছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় সমুদায়ক অন্তৰ্ভুক্ত কৰিবলৈ কেইবাটাও অভিনৱ উপায় অৱলম্বন কৰি থকা হৈছে।"
***
DS/TS
(ৰিলিজ আই ডি : 1846474)
অতিথি কক্ষ : 197
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam