প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে অসমৰ দিব্যাঙ্গ শিল্পী অভিজিৎ গোতানিৰ সৈতে ভাব বিনিময় কৰে
प्रविष्टि तिथि:
22 JUL 2022 9:41PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অসমৰ দিব্যাঙ্গ শিল্পী অভিজিৎ গোতানিৰ সৈতে ভাব বিনিময় কৰিছে।
প্রধানমন্ত্রীৰ দপ্তৰৰ পৰা ট্যুইট বার্তাত জনোৱা হৈছে, “অসমৰ অভিজিৎ গোতানিৰ সৈতে আজি পুৱা প্রধানমন্ত্রী @narendramodi-য়ে সাক্ষাৎ কৰে। তেওঁ তেওঁৰ স্মৰণীয় বাৰ্তালাপৰ কিছু অভিজ্ঞতা ভাগ কৰিছে…"
***
DS/TS
(रिलीज़ आईडी: 1844916)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam