প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক অভিনন্দন জনায়

प्रविष्टि तिथि: 25 JUL 2022 10:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰী মোদীয়ে টুইট কৰে:

"কুৱেইটৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাত মহামহিম শ্বেখ আহমদ নৱাফ আল আহমেদ আল-শাবাহক মোৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁৰ সৈতে কাম কৰি আমাৰ সুন্দৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ আৰু প্ৰসাৰিত কৰিবলৈ মই বাট চাই আছো।"

 

***

DS


(रिलीज़ आईडी: 1844892) आगंतुक पटल : 131
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam