প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বিশিষ্ট গায়ক শ্ৰী ভূপিন্দৰ সিঙৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 18 JUL 2022 11:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট গায়ক শ্ৰী ভূপিন্দৰ সিঙৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“শ্ৰী ভুপিন্দৰ জীৰ বিয়োগ গভীৰ শোক প্ৰকাশ কৰিছো, যিগৰাকীয়ে দশক দশক ধৰি স্মৰণীয় গীত দি থৈ গৈছে৷ তেওঁৰ ৰচনাৱলীয়ে মানুহক আৱেগিকভাৱে প্ৰভাৱিত কৰিছিল। এই দুখৰ সময়ত তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো। ওম শান্তি।"

 

***

DS/SH/DB



(Release ID: 1844121) Visitor Counter : 113