প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মন কি বাত’ৰ বাবে জনসাধাৰণৰ পৰা ধাৰণা আমন্ত্ৰণ প্ৰধানমন্ত্ৰীৰ
Posted On:
15 JUL 2022 9:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ জুলাই, ২০২২ তাৰিখে পুৱা ১১ বজাত সম্প্ৰচাৰিত হ'বলগীয়া মন কি বাতৰ আগন্তুক খণ্ডৰ বাবে জনসাধাৰণৰ মতামত আৰু পৰামৰ্শ আহ্বান জনাইছে। মাইগভ, নমো এপ্প বা মেচেজত 1800-11-7800 নম্বৰ ডায়েল কৰি ধাৰণাবোৰ ভাগ বতৰা কৰিব পাৰি।
মাইগভৰ আমন্ত্ৰণ ভাগ বতৰা কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আপোনাৰ ওচৰত এই মাহৰ মন কি বাত কাৰ্যসূচীৰ বাবে ইনপুট আছে নেকি, যিটো ৩১ তাৰিখে সম্প্ৰচাৰিত হ'ব? মই সেইবোৰ শুনিবলৈ বাট চাই আছোঁ... সেইবোৰ মাইগভ বা নমো এপ্পত ভাগ বতৰা কৰক। 1800-11-7800 ডায়েল কৰি আপোনাৰ বাৰ্তা ৰেকৰ্ড কৰক।
https://www.mygov.in/group-issue/inviting-ideas-mann-ki-baat-prime-minister-narendra-modi-31st-july-2022/?/target=inapp&type=group_issue&nid=332891
***
DS/ST/RD
(Release ID: 1844104)
Visitor Counter : 156
Read this release in:
Bengali
,
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam