প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত দুখ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JUL 2022 4:19PM by PIB Guwahati

দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত হোৱা প্ৰাণহানিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;

"দিল্লীৰ আলিপুৰত সংঘটিত দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছোঁ। যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জনাইছোঁ। যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ আশু আৰোগ্য কামনা কৰিছোঁঃ প্ৰধানমন্ত্ৰী"

 

 ***

DS/SH/KG


(रिलीज़ आईडी: 1842614) आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam