প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খাৰচী পূজাৰ শুভাৰম্ভণিত ৰাইজক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

प्रविष्टि तिथि: 07 JUL 2022 11:08AM by PIB Guwahati

খাৰচী পূজাৰ শুভাৰম্ভণিত ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"খাৰ্চী পূজাৰ শুভাৰম্ভণিত শুভেচ্ছা। চতুৰ্দশ দেৱতাৰ আশীৰ্বাদ সদায় আমাৰ ওপৰত থাকক। সকলোৱে উত্তম স্বাস্থ্য, সফলতা আৰু সমৃদ্ধিৰে আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।"

 

***

DS/TS/KG


(रिलीज़ आईडी: 1840652) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam