প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
06 JUL 2022 10:02AM by PIB Guwahati
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰাদ্ধৰ্ঘ্য নিবেদন কৰাৰ লগতে তেওঁ আগবঢ়াই থৈ যোৱা অৱদানসমূহৰ কথা স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এই সন্দৰ্ভত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,
জন্ম জয়ন্তীত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছো। ভাৰতৰ বিকাশ-যাত্ৰাত, বিশেষকৈ বাণিজ্য আৰু উদ্যোগখণ্ডৰ বাবে আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ বাবে তেওঁ ব্যাপক ভাবে সমাদৃত হৈছিল। পাণ্ডিত্যপূৰ্ণ প্ৰকৃতি আৰু বুদ্ধিদীপ্ত পাৰদৰ্শিতাৰ বাবেও তেওঁ পৰিচিত আছিল।
***
DS/SH/KB
(रिलीज़ आईडी: 1839559)
आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam