প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কচ্ছী সমাজকে প্ৰমুখ্য কৰি আটাইকে আষাঢ়ী বীজৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2022 9:46AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী বীজৰ শুভ ক্ষণত সমগ্ৰ বিশ্বখনতে বসবাস কৰা স্পন্দিত কচ্ছী সমাজখনকে প্ৰমুখ্য কৰি সকলোকে শুভেচ্ছা জনাইছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"আষাঢ়ী বীজৰ শুভ ক্ষণত সমগ্ৰ বিশ্বখনতে বসবাস কৰা স্পন্দিত কচ্ছী সমাজখনকে প্ৰমুখ্য কৰি সকলোকে শুভেচ্ছা জনাইছো। আগন্তুক বৰ্ষটোৱে যেন সকলোৰে জীৱনলৈ শান্তি, সুখৰ সঞ্চাৰ কৰে আৰু সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে, তাৰেই কামনা কৰিলো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1839102)
आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam