প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে 'স্বাস্থ্যৱান ভাৰতৰ ৮ বছৰ'ৰ বিৱৰণ শ্বেয়াৰ কৰে
“সকলোৰে বাবে স্বাস্থ্য নতুন ভাৰতৰ সংকল্প”
"আগন্তুক বছৰবোৰ তেওঁলোকৰ হ'ব যিসকলে স্বাস্থ্যসেৱাত বিনিয়োগ কৰিছে"
प्रविष्टि तिथि:
08 JUN 2022 1:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৮ বছৰত ভাৰতত স্বাস্থ্যসেৱা খণ্ডক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিৱৰণ ব্যক্ত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
“মানুহৰ সুস্থ জীৱন হৈছে নতুন ভাৰতৰ সংকল্প। আয়ুষ্মান ভাৰতৰ পৰা জন আউষাধি কেন্দ্ৰলৈ আৰু চিকিৎসা আন্তঃগাঁথনিৰ পৰা বিনামূলীয়া টিকাকৰণলৈকে দেশখনে যি পথ গ্ৰহণ কৰিছে সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হৈ পৰিছে।”
“আগন্তুক বছৰবোৰ স্বাস্থ্যসেৱাত বিনিয়োগ কৰাসকলৰ হ’ব।
ভাৰতত স্বাস্থ্যসেৱা খণ্ড শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে যি কাম কৰিছে তাৰ বাবে মই গৌৰৱান্বিত। #৮বছৰৰ সুস্থ ভাৰত"
"স্বাস্থ্যসেৱা আমাৰ মূল কেন্দ্ৰবিন্দু ক্ষেত্ৰসমূহৰ ভিতৰত অন্যতম। যোৱা ৮ বছৰত স্বাস্থ্য আন্তঃগাঁথনি বৃদ্ধি কৰা, প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰা, আৰু এই খণ্ডৰ সৈতে প্ৰযুক্তিৰ একত্ৰিত কৰা হৈছে।" #8YearsOfHealthyIndia"
***
DS/ST/MS
(रिलीज़ आईडी: 1832550)
आगंतुक पटल : 166
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati